কৰণা ভাইৰাছ বিষয়ে চমু about Corona virus in assamese
ইটালীৰ ভূলৰ পৰা শিক্ষা লওক।
কৰ'ণা ভাইৰাছৰ সংক্ৰমন বাঢ়িয়েই আছে । W.H.O য়ে এতিয়া ইয়াক Pandemic বুলি ঘোষণা কৰিছে। কোনো ৰোগ নিম্নোক্ত চাৰিটা অৱস্থাত Pandemic কোৱা হয়-
1) Spreading Multiple Countries.
2) Spread fast.
3) No Medicine.
4) We are not Immune.
অৰ্থাৎ বহু দেশলৈ বিয়পি পৰা, দ্ৰুততাৰে বিয়পা, কোনো ঔষধ নথকা আৰু আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই যাক বাধা দিব নোৱাৰে। আমাৰ ইমিউন চিষ্টেম বা ৰোগ প্ৰতিৰোধ ক্ষমতাই এই ৰোগ অহাত বাধা দিব নোৱাৰে, কৰ'ণা ভাইৰাছৰ সংস্পৰ্শলৈ আহিলে ৰোগ হবই। ৰোগ ভাল হোৱাৰ ক্ষেত্ৰতহে ইমিউন চিষ্টেমে কাম কৰিব। কিন্তু ভাল হোৱাৰ আগলৈকে তলৰ তিনিটা পৰ্যায়ৰ মাজেৰে পাৰ হবলৈ লাগিব।
1) Cold.
2) Flue.
3) Pneumonia.
তাৰোপৰি ভাল হবলৈ Medical Care ৰও প্ৰয়োজন হয়,ICU ত থাকিব লগীয়া হয়। ভাইৰাছ সংক্ৰমণৰো তিনিটা পৰ্যায় আছে-
প্ৰথম পৰ্যায়- কোনো অন্য বাহকৰ পৰা মানুহৰ গালৈ অহা।
দ্বিতীয় পৰ্যায় - বিদেশী লোকৰ পৰা স্থানীয় লোকলৈ বিয়পা।
তৃতীয় পৰ্যায়- স্থানীয় লোকৰ পৰা স্থানীয় লোকলৈ বিয়পা।
আমাৰ দেশ এতিয়া দ্বিতীয় পৰ্যায়ত আছে। কেনেবাকৈ তৃতীয় পৰ্যায়লৈ গলেই ভাবিব নোৱাৰা পৰিস্থিতি হব। ৰোগীয়ে ICU ৰ অভাৱত প্ৰয়োজনীয়ত Medical Care নাপাব। চীন, ইটালী, স্পেইন আদি দেশৰ চিকিৎসা ব্যৱস্থা অতি উন্নত কিন্তু তাতেই যেতিয়া এনে অৱস্থা তেন্তে আমাৰ অসম মূলুকত কি হব সেয়া ভাবিবলৈও ভয় লাগে।
চীনৰ ওহান প্ৰদেশত 40 দিনলৈ সকলোকে গৃহবন্দী কৰি দিয়া হল। ঘৰৰ ভিতৰতে খাদ্য যোগান ধৰা হৈছে। ইটালীটো সকলোকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি দিয়া হৈছে। ইউৰোপৰ প্ৰায়বোৰ দেশতেই সকলোকে গৃহবন্দী কৰা হৈছে।ভাবকচোন আমাৰ ইয়াত এনে হলে কি অৱস্থা হব। মানুহে ঘৰৰ ভিতৰত নাখাই মৰিব লাগিব। গতিকে সকলো সাৱধান হওক যাতে এই মহামাৰী ইয়াত বিয়পিব নোৱাৰে। চৰকাৰে পৰাখিনি কৰিছে। স্কুল, কলেজ সকলো বন্ধ কৰি দিয়া হৈছে। ইটালীটো বন্ধ দিছিল। কিন্তু তেওঁলোকে সেয়া অৱসৰ বিনোদন বুলি ধৰি ললে। পাৰ্টী কৰিলে- পিকনিক গল-ভোজভাত খালে, যাৰ বাবে মাত্ৰ 25 দিনৰ ভিতৰত ৰোগীৰ সংখ্যা 4 জনৰ পৰা 27 হাজাৰ অতিক্ৰম কৰিলে।
গতিকে এনেভূল আমিও কৰিব নালাগে। কোনমানুহে ৰোগৰ বীজাণু কঢ়িয়াই ফূৰিছে আমি নাজানো। সেয়েহে চৰকাৰী ভাৱে গৃহবন্দী হোৱাতকৈ স্বেচ্ছাই গৃহবন্দী হওক। অনাৱশ্যক ভাৱে বাহিৰ নহব। অনাগত দুটা সপ্তাহ আমাৰ বাবে আটাইতকৈ ভয়ংকৰো হব পাৰে নাইবা আটাইতকৈ নিৰাপদো হব পাৰে।
অহংকাৰ নকৰিব, "একো নহয়, এই বিলাক বাজে কথা" জাতীয় কথা কৈ ওফাইদাং নামাৰিব। এক সামাজিক দায়বদ্ধতা মানি লৈ নিজেও বাচক, পৰিয়ালকো বচাওক তথা সমাজকো বচাওক। আৰু এটা কথা কেৱল আপুনি জানিলেই নহব, আপোনাৰ আপোন জনে, আপোনাৰ চুবুৰীয়া জনেও এইবোৰ কথা জনাটো প্ৰয়োজন। সেয়েহে কথাখিনি যিমান পাৰে Share কৰক। আপোনাৰ এটি ক্ষুদ্ৰ পদক্ষেপেও দেশ ৰক্ষাত অৱদান যোগাব।

Comments
Post a Comment