Coronavirus নো কি ?(What is coronavirus in assamese
Corona virus নো কি? Corona Virus ৰ পৰা বচাৰ উপাই? কোৰোনা ভাইৰাচৰ ল্ক্ষ্য়ণ?
এই প্ৰশ্ন সমুহৰ উত্তৰ জানিবলৈ আজিৰ এই ব্লোগ টো প্ঢ়ক। কেইদিন মানৰ পৰাই Corona Virus এ সম্গ্ৰ পৃথিবীত এক ভয়াবহতাৰ সৃষ্টি কৰিছে। চীন দেশত আৰম্ভ হোৱা এই ভাইৰাচে বৰ্তমান 15 খনত্কৈ ও দেশত ব্য়পী পৰিছে। এই ভাইৰাচ সম্পুৰ্ণ ৰূপে নতুন সেই কাৰনে ইয়াৰ ঔষধো বৰ্তমান্লৈ ওলোৱা নাই। এনে সময়ত সাবধান ভাবে চলা হে এই সম্শ্য়াৰ এক মাত্ৰ সমধান যি আমাক এই ভয়াভক বেমাৰৰ পৰা আতৰত ৰাখিব।
December মাহত চীনৰ Wuhan চহৰত আৰম্ভ হোৱাৰ পিচত কোৰোনা ভাইৰাচৰ প্ৰোকোপত বৰ্তমান লৈকে 230 ৰো অধিক লোক ইয়াৰ কবলত পৰিছে। আৰু 17 জনত কৈও অধিক লোক এই ভাইৰাচৰ প্ৰোকোপত মৃত্য়ুৰ মুখত পৰিছে। এই ভাইৰাচ চীনৰ পৰা ওলাই এচিয়াৰ অন্য় দেশলৈ বিয়পিব ধৰিছে। এই ভাইৰাচৰ আতক্ত আবব্ধলোক South Koriya, Japan, Thailand, আদিত দেখা গৈছে। সম্পুৰ্ণ বিশ্বত এই ভাইৰাচৰ প্ৰকোপ দেখা পাই সমগ্ৰদেশ কে ধৰি ভাৰত বৰ্ষই ও চীনলৈ যোৱা যাত্ৰী সকলৰ ওপৰত এলাৰ্ত জাৰি কৰিছে।
What is Corona virus in Assamese (কোৰোনা ভাইৰাচ নো কি)
আমেৰিকাৰ এত চেন্তাৰত ফাৰ দিজিচ কন্ট্ৰোল এন্দ প্ৰিবেশন ৰ অনুশৰি কোৰোনা ভাইৰাচ জীব জন্তুৰ পৰা মানুহৰ শৰীলৈ বিয়পিছে। কোৰোনা ভাইৰাচ চাৰ্চ ভাইৰাচৰ নিচিনা যি চেকেণ্ড ত সংক্ৰামিত হয়। Hong Kong ৰ বিশ্ববিদ্য়ালয়ৰ স্কুল অফ পাব্লিক হেল্থ ৰ বাইওলোজিষ্ট লিও পুন এ প্ৰথ্মে এই ভাইৰাচৰ দিকোড কৰিচিল। তেওৰ মতে এই ভাইৰাচ এতা জন্তুৰ গাত আৰম্ভ হ্য় মানুহৰ শৰীৰ্ত বিয়পিছে।
কোৰোনা ভাইৰাচৰ লক্ষণ
এই ভাইৰাচে মানুহক বেমাৰী কৰি দিয়ে,ই সাধাৰণ্তে শ্বন তন্ত্ৰ ৰ বেমাৰৰ লগতে বা সধাৰন শৰ্দীৰ সমান। কোৰোনা ভাইৰাচৰ লক্ষণ্ত নাকৰ পৰা পানী বোৱা, কাহ, গলৰ সুৰসুৰনি, কেতিয়বা শৰ্দী, আৰু জ্বৰ জ্বৰ লগা জি কৈ দিন মানলৈ কে হে থাকে। যি লোকৰ শৰীৰে বেমাৰ সৈতে জুজাৰ ক্ষম্তা নাথাকে তেনেলোকৰ বাবে এই ভাইৰাচ ঘাতক হব পাৰে। সধাৰনতে এই ভাইৰাচ সৰু লৰা ছোৱলী আৰু বৃব্ধ লোকোৰ বাবে ঘাত্ক ৰূপ হব এই ভাইৰাচ।
MERS আৰু SARS কোৰোনা ভাইৰাচৰ ঘাতক ৰূপ
Middle East Respiratory Syndrome
MERS ভাইৰাচৰ ফলতো মানুহৰ মৃত্য়ু হব পাৰে। ইয়াৰ আতক 2012 চনত মধ্য় পূৰ্ব ৰ দেশত দেখা গৈছেল। ইয়াৰ ফলত শ্বসন সম্ব্ন্ধীয় সমস্য়াৰ সৃষ্টি হয়। কিন্তু লক্ষ্য়ন বহু অধিক গম্ভীৰ হয়। MERS ৰ সংক্ৰামিত প্ৰতি 10 জনৰ ভিতৰত 3 ৰ পৰা 4 জনৰ মূত্য়ু হয়। গম্ভীৰ তীব্ৰ শ্বাসন সিণ্ড্ৰোম যাক সাৰ্স(Sever Acute Respiratory Sydrome বা SARS)ৰ নামেৰে জনা যায়। ই অন্য় ধৰণৰ কোৰোনা ভাইৰাচ। যি গম্ভীৰ ধৰণৰ ৰোগ ৰ জন্ম কৰে। WHO ৰ অনুসৰি South Chine ৰ গুৱাংগগোন্ডোক প্ৰান্ত এলেকাত এই ভাইৰাচাৰ প্ৰথম চিনক্ত কৰা হৈছিল। ইয়াৰ ফলত ভাগৰুৱা অনুভব, কাহ, শ্বন আদিৰ বিফলতা ও হব পাৰে।
কোৰোনা ভাইৰাচ কেনেকৈ বিয়পে।
কোৰোনা ভাইৰাচ জীব জন্তুৰ পৰা মানুহৰ গাত বিয়পে । WHO ৰ অনুসৰি বিজ্ঞানিসকলৰ মতে MERSয়ে উতোৰ ৰ পৰা সংক্ৰামিত হৈছিল।আৰু SARS মেকুৰিৰ পৰা সংক্ৰামিত হৈছেল। যেতিয়া ভাইৰাচ মানুহৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰামকৰ কথা আহে তেতিয়া যেতিয়া এজন ব্য়ক্তি আন এজন সংক্ৰামিত ব্য়ক্তিৰ ওচৰলৈ আহে। কোনো সংক্ৰামিত ব্য়ক্তিৰ চুৱাৰ পিচত নিজৰ নাক, মুখ, চকু, আদি চুৱাৰ ফলতো সংক্ৰামিত হব পাৰে।
কোৰোনা ভাইৰাচৰ সংক্ৰামনৰ উপকৰন
ইয়াৰ কোনো বিষেষ উপকৰণ নাই। বেচিভাগ সময় লক্ষন নিজে নিজে গুচি জাই। ডাক্তৰে বিষ, জ্বৰ ৰ ঔষ্ধ দি এই ল্ক্ষ্ণ সমুহত কোমাব পাৰে। ৰোগি সকলক কোৱা হৈ যে জিমান পাৰে সিমানে পনিয়া বস্তু খাই। জ্দি এই লক্ষণ সমূহ অন্য় লক্ষণ সমুহত কৈ বেলেগ লাগে তেনেহলে ড্ক্তৰ্ক দেখুৱাব লাগে।
আপুনি কেনেকৈ এই কোৰোনা ভাইৰাচক ৰোধ কৰি
কোৰোনা ভাইৰাচৰ পৰা বচাৰ বাবে বৰ্তমান্লৈ কোনো ধৰন্ৰ টিকা উলিওৱা হোৱা নাই। আপুনি বেমাৰি লোকোৰ পৰা আতৰত থাকি এই ৰোগৰ সংক্ৰামকৰ পৰা আতৰত থাকিব পাৰিব। আপোনাৰ নাক, মুখ, আৰু চকু ক চোৱাৰ পৰা আতৰত থাকিব। নিজৰ হাথ খন চাবোন পানী ৰে 20 চেকেণ্ড লৈ ধুৱক। আৰু যদি আপুনি সংক্ৰামিত তেনেহলে ঘৰতে থাকক আৰু মানুহৰ সতে সংপৰ্ক নকৰে যেন। আৰু নিজৰ নাক মুখ কাপোৰে ধাকি ৰাখে যেন।
কোৰোনা ভাৰাচ আৰু পোহনিয়া জীব জন্তু
পোহনিয়া জীব জন্তু ও কোৰোনা ভাইৰাচৰ সংক্ৰামিত হব পৰে। 2011 ৰ অধ্য়ণৰ আনুসৰি মেকুৰি ৰ গাতো পেৰিটোণিটিস হব পাৰে। আৰু ইয়াৰ ফলতো কোৰোনা ভাইৰাচ কুকুৰ আৰু মেকুৰিৰো গাত তো হব পাৰে।

Comments
Post a Comment