Posts

Showing posts from January, 2020

[200] C++ Programming language in assamese lanuage || অসমীয়া ভাষাত

Image
         C++ হয়্ছে এটা Programming Language, যাক “C Plus Plus” নামেৰে উচ্চাৰণ কৰা হয় । “ C Plus Plus” C Programming language ৰ update version হয় । যাৰ ফল্ত c ৰ syntax c++ ৰ সমানেই হ্য় । কিন্তু c++ programming language ত Object Oriented features তো থকে । যত য়ি program ক allow কৰে object বনোৱাত । যাৰ ফল্ত program ব্নোৱাত বেচি সহজ হয় , object oriented feature ৰ ফল্ত c++ language তো বেছি power আৰু Flexibility হোৱাৰ বাবে বেছি ভাগ software programs c++ language তে লিখা হয় ।

অসমৰ জাতীয় উৎসৱঃ বিহু- Bihu

Image
      এখন ৰাজ্য়ৰ সকলো ধৰ্মৰ, সকলো বৰ্ণৰ মানুহে স্ব্তঃ স্ফ ৰ্তভাবে পালন কৰা উ ৎ সৱকে জাতীয় উ ৎ সৱ বোলা হয় । দুৰ্গাপূজা , মহৰম , বৰদিন আদি উ ৎ সৱ পয়োভ্ৰৰেৰে পালন কৰা হয়   যদিও এইবোৰ দৰাচলতে আমাৰ দেশৰ জাতীয় উ ৎ সৱৰ লেখত ধৰিব নোৱাৰি , কিয়নো ই মূলতঃ হিন্দু , মুছলমান বা খ্ৰীষ্টানৰহে উ ৎ সৱ । বিহু অসমীয়া জাতি ধৰ্ম নিৰ্বিশেষে অসমীয়া মাত্ৰেই বিহু উ ৎ ষব পালন কৰে । সেয়ে অসমীয়াৰ জাতীয় উ ৎ সৱ বুলিলে বিহুকে বুজিব লাগিব । জাতীয় উ ৎ ষৱ বুলিলে বিহুকে বুজিব লাগিব । জাতীয় উ ৎ সৱ ৰ   মাজেৰে জাতিৰ আচাৰ - বিচাৰ বিশ্বাস , কৃষ্টিকলাৰ প্ৰতিফলন হৈছে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ|| shankar dev

Image
  ‘ বোৱালা ধৰ্ম সোত দিলা    ধৰ্ম দিলা গ্য়ন দিলা ভাষা অসম্ক কৰিলা জীৱ্ন দান| তোমাৰ জীৱনী দেৱ লিষে এনে সাধ্য় কাৰ গোটেই অসম জুৰি বিস্তত জীবনী যাৰ'         প্থিবীত যেতিয়া   ধৰ্ম ৰ গ্লানি হয়| তেতিয়া স্থান কাল পাত্ৰ্ৰ  ভেদে একো একো জ্ন ম্হাপুৰুষে জন্ম গ্ৰ্হন কৰি   ধৰ্ম ৰক্ষা কৰিবলৈ আৱিভৃত হয়| এনে এজ্ন মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু| অসমৰ সমাজ সংস্কৃতি ভাষা সাহিত্য়ৰ যেতিয়া আন্দাৰ যুগ আহিল, ঋষি মুনিয়ে লিখি থই যোৱা বেদ ঊপনিষ্দৰ কথা যেতিয়া মানুহে পাহাৰি পেলালে, দেৱ দেৱিৰ নামত পূজা কৰি যেতিয়া জীৱ জ্ন্তুৰ বলিদান প্ৰ্থা জোৰাকৈ চলালে আৰু নিজৰ ভোগ সুখৰ বাবে যেতিয়া সমাজ দুৰ্নীতি অনাচাৰ ব্য়ভিচাৰ আদিত লিপ্ত হল|এনে এতা চৰম দুযোগৰ সময়তে  শ্ৰীমন্ত শংকৰ দেৱে নগাওৰ বৰদোৱা আলি-পুখুৰীৰ কুসুম্বৰ ভুয়া ৰ ঔৰষ্ত সত্য়সন্ধ্য়াৰ গ্ভ্ত অবতাৰ হল 1371 শ্কত (ইং 1449 খ্ৰীষ্টাব্দ্ত)|