[200] C++ Programming language in assamese lanuage || অসমীয়া ভাষাত
C++ হয়্ছে
এটা Programming Language, যাক
“C Plus Plus” নামেৰে
উচ্চাৰণ কৰা
হয়। “C Plus Plus” C Programming
language ৰ update version হয়। যাৰ
ফল্ত c ৰ
syntax c++ ৰ সমানেই
হ্য়। কিন্তু
c++ programming language ত Object Oriented features তো
থকে। যত
য়ি program ক
allow কৰে object বনোৱাত। যাৰ
ফল্ত program ব্নোৱাত
বেচি সহজ
হয়, object oriented feature ৰ
ফল্ত c++ language তো
বেছি power আৰু
Flexibility হোৱাৰ বাবে
বেছি ভাগ
software programs c++ language তে লিখা
হয়।
C হয়্ছে
এতা High level programming language,
যাক develop কৰা
হয়ছিল ১৯৭০ চ্নত। ইয়াক আচলতে unix
programs লিখিবলৈ বনাইছিল, কিন্তু বৰ্তমান য়াক সকলো প্ৰকাৰৰ application
ব্নাবলৈ ব্য়বহাৰ কৰা হয়। য়াৰ অগতে ওলোৱা programming language ৰ তুলনাত C পঢ়িবলৈ ও সহজ আছিল।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ|| shankar dev অসমৰ জাতীয় উৎসৱঃ বিহু- Bihu
C++ হয়্ছে general
purpose, case sensitive, programming language.য্ত
ই support কৰে object oriented and generic programming. C++ হয়্ছে
middle level programming languageযত
high level আৰু low level দুয়ুতাৰ
combination আছে।
C++ programming language টো
বনাইছিল Bjame Stroustrup এ
১৯৮০চনত। এই তো নিৰ্ভৰ কৰি বনোৱা হয়্ছিল C language ৰ ওপৰত।C program ত“++ “চিহ্নটো ব্য়বহাৰ কৰা হয়, variable বঢ়াবলৈ । যি হেতু c++ programming
language টো
c programming ৰ
update version হয়,
সেয়ে
c++ ত
“++” চিহ্ন
টো
ব্য়ৱহাৰ
কৰা
হয়।
সেই
বাবে
C ++ ৰ
compiler ৰে
C programming ক
সহজে
compile কৰিব
পাৰি।
C++ Programming য়ে
সম্পুৰ্ণ ৰৃপে
Object Oriennted
Programming Language Support কৰে। Object
Oriented চাৰিটা ভাগত
বিভক্ত কৰা
হয় ছে ->
1.
Encapsulation
2.
Data Hiding
3.
Inheritance
4.
Polymorphism
C++ ব্য়ৱহাৰ:-
1.
বৰ্তমান C++ program হাজাৰ হাজাৰ Application
ত ব্য়বহাৰ কৰা হয়।
2.
Adobe ৰ সকলো major
Application C++ program ৰ দ্দাৰা বনোৱা হৈছে। উদাহৰ্ণ স্বৰৃপে :-
photoshop আৰু image
ready, illustrator, Acrobat,In Design, Golive আদি।
3.
C++ বিশেষ কৈ শিক্ষ্য়া আৰু ৰিচাৰ্চ ৰ কাৰণে ব্য়বহাৰ কৰা হৈ।
4.
যি সকলে Macintosh
Operating বা Microsoft Windows ব্য়ৱহাৰ কৰে তেও লোকে গম পাব যে এই বোৰ Operating system ত indirectly এই বোৰ ত c++ programming ব্য়বহাৰ কৰা হৈছে।
5.
Amazon.com, Facebook, Google,Hp, IBM, Microsoft, Mozila,
NOKIA আদি companies
uses C++ programming language.
Comments
Post a Comment