5 G নেটৱোৰ্ক নো কি - What is 5g network in assamese


            5g নেটৱোৰ্ক নো কি (what is 5g network in assamese)? এই 5g technology কেনেকৈ নো কাম কৰে বৰ্তমান ৰ 4g নেটৱোৰ্কট কৈ 5g নেটৱোৰ্কৰ speed নো কিমান হব এই সকলো বোৰ বিষয়ে যদি জানিব বিচাৰিছে তেতিয়া হলে আপুনি এই পোস্ত টো প্ঢ়ক

ফোন আবিস্কাৰ হোৱাৰ পৰাই ইয়াৰ সম্পৰ্ক মানুহৰ
লগত চলি আহিছে টেলিফোনৰ পৰা বৰ্তমানৰ smart phone ৰ লৈ কে প্ৰথম অবস্থা মানুহৰ ফোনত তাৰৰ ব্য়বেস্থা আছিল যাক টেলিফোন বুলি কৈছিল। তাৰ পিছত cordless ফোন আৰু তাৰ পিছত wirless ফোন যাক আমি বৰ্তমানেও ব্য়বহাৰ কৰি আছোফোন সলনিৰ লগত  Technology generation ৰো পৰিবৰ্তন হৈ আহিছেএই পৰিবৰ্ত্ন network 1g পৰা 4g লৈ আৰু বৰ্তমান 5g পথত আগুৱাবলৈ ধৰিছেএই 5g network ব্য়বহাৰ হোৱা Technology নো কি, কেনেকৈ বৰ্তমানৰ Technology সলনি কৰিব পাৰে আৰু ইয়াৰ ফলত আমাৰ দৈন্দিন জীবনত কেনেকৈ সহায় হব পাৰে
          বৰ্তমান সময়ত ভাৰতত 4g network popular হৈ ছে jio অহাৰ বাবেযদি আমি mobile network আৰম্ভ হোৱালৈকে ঘুৰি যাও তেতিয়া হলে জানিম যে প্ৰতি 10 বছৰৰ মুৰে মুৰে mobile network field এতা এতা generation বাঢ়ি গৈ আছে, এই বাঢ়ি যোৱা Technology generation কে “G” বুলি কোৱা হ্য়এই বাঢ়ি যোৱা generation first Generation আৰম্ভ হৈছিল 1980 চনত যাক “1G” নামেৰে জনা যায়, Second Generation “2G” আৰম্ভ হৈছিল 1990 চনত, Third Generation “3G” আৰম্ভ হৈছিল 2000 চনত আৰু 4th Generation “4G” আৰম্ভ হৈছিল 2010 চনত যাক আমি বৰ্তমানেও ব্য়বহাৰ কৰি আছোআৰু বৰ্তমান্ৰ Technology 5th Generation “5G” ফালে আগুৱাব ধৰিছে
  5G নো কি?
            5G হৈছে 5th Generation যি বৰ্তমান চলি থকা 4G LTE কৈ বেছি fast হবযদি আমি 4G LTE Technology ভাল কৈ চাও তেতিয়াহলে 5G ইয়াত কৈ বহূ গুনে fast হবইয়াৰ জৰিয়তে আপুনি যতে হলেও fast Internet উপভোগ কৰিব পাৰিব
         মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
         C++ Programming Language
        অসমৰ জাতীয় ষব বিহু
কিমান speed হব 5G network :-
             যদি আমি 4G network কথা কও তেতিয় 100 মেগবাইট(100mbps) প্ৰতি ছেকেণ্ড speed ছলেয্ত 5G য়ে 10Gigabits (10gbps) প্ৰতি ছেকেণ্ড স্পীদ্ত আহিব পাৰে 4G network   পৰিবৰ্তে 5G 100 গুণ বেছি  স্পীদ্ত চলিবয্দি 5G network আহে তেতিয়া হলে বৰ্তমানৰ সকলোত কৈ বেছি স্পীদ Internet হব 5G network.
5G network কেনেকৈ কাম কৰিব:
            5G network এতা নতুন ৰেডিও স্পেক্টম ব্ৰেণ্ড ওপৰত কাম কৰেয্ত 4G network ডাঙৰ ডাঙ্ৰ network tower সহায়ত network দিয়ে, তাতে 5G য়ে wireless Signals transmit কৰিবৰ কাৰণে বহুতো সৰু সৰু chell station প্ৰয়োজন হয়যি নেকি সৰু সৰু ঠাই যেনে light post, electric post আদিত লগাব পাৰিইয়াত multiple small chell ব্য়বহাৰ কৰা হয়এই কাৰণে Millimeter Wave Spectrum সদায় 30 GHz পৰা 300GHz ভিতৰত হয় কাৰণে 5G High স্পীদ পন্ন কৰিব লাগে যি কেবল short distance হে travel কৰিব পাৰে সেয়ে 5G network ডাঙৰ ডাঙৰ tower সলনি সৰু সৰু Chell ব্য়বহাৰ কৰা হ্য় যাৰ ফলত network কম distance ভাল কৈ travel কৰিব পাৰে


               আশা কৰো আপোনালকে এই পোস্ত টো প্ঢ়ি ভাল পালে !

Comments

Post a Comment

Popular posts from this blog

কৰণা ভাইৰাছ বিষয়ে চমু about Corona virus in assamese

Gun Gun das viral video

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ|| shankar dev