5 G নেটৱোৰ্ক নো কি - What is 5g network in assamese
5g নেটৱোৰ্ক নো কি (what is 5g network in assamese)? এই 5g technology কেনেকৈ নো কাম কৰে। বৰ্তমান ৰ 4g নেটৱোৰ্কট কৈ 5g নেটৱোৰ্কৰ speed নো কিমান হব। এই সকলো বোৰ বিষয়ে যদি জানিব বিচাৰিছে তেতিয়া হলে আপুনি এই পোস্ত টো প্ঢ়ক।
ফোন আবিস্কাৰ হোৱাৰ পৰাই ইয়াৰ সম্পৰ্ক মানুহৰ
লগত চলি আহিছে। টেলিফোনৰ পৰা বৰ্তমানৰ smart phone ৰ লৈ কে। প্ৰথম অবস্থা মানুহৰ ফোনত তাৰৰ ব্য়বেস্থা আছিল যাক টেলিফোন বুলি কৈছিল। তাৰ পিছত cordless ফোন আৰু তাৰ পিছত wirless ফোন যাক আমি বৰ্তমানেও ব্য়বহাৰ কৰি আছো। ফোন সলনিৰ লগত Technology ৰ generation ৰো পৰিবৰ্তন হৈ আহিছে। এই পৰিবৰ্ত্ন network ৰ 1g ৰ পৰা 4g লৈ আৰু বৰ্তমান 5g ৰ পথত আগুৱাবলৈ ধৰিছে। এই 5g network ত ব্য়বহাৰ হোৱা Technology নো কি, ই কেনেকৈ বৰ্তমানৰ Technology ৰ সলনি কৰিব পাৰে আৰু ইয়াৰ ফলত আমাৰ দৈন্দিন জীবনত কেনেকৈ সহায় হব পাৰে।
বৰ্তমান সময়ত ভাৰতত 4g network popular হৈ ছে jio অহাৰ বাবে। যদি আমি mobile network আৰম্ভ হোৱালৈকে ঘুৰি যাও তেতিয়া হলে জানিম যে প্ৰতি 10 বছৰৰ মুৰে মুৰে mobile network ৰ field ত এতা এতা generation বাঢ়ি গৈ আছে, এই বাঢ়ি যোৱা Technology ৰ generation কে “G” বুলি কোৱা হ্য়। এই বাঢ়ি যোৱা generation ৰ first Generation আৰম্ভ হৈছিল 1980 চনত যাক “1G” নামেৰে জনা যায়, Second Generation “2G” আৰম্ভ হৈছিল 1990 চনত, Third Generation “3G” আৰম্ভ হৈছিল 2000 চনত আৰু 4th Generation “4G” আৰম্ভ হৈছিল 2010 চনত যাক আমি বৰ্তমানেও ব্য়বহাৰ কৰি আছো। আৰু বৰ্তমান্ৰ Technology 5th Generation “5G” ৰ ফালে আগুৱাব ধৰিছে।
5G নো কি?
5G হৈছে 5th Generation যি বৰ্তমান চলি থকা 4G LTE ত কৈ বেছি fast হব। যদি আমি 4G LTE Technology ক ভাল কৈ চাও তেতিয়াহলে 5G ইয়াত কৈ বহূ গুনে fast হব। ইয়াৰ জৰিয়তে আপুনি যতে হলেও fast Internet উপভোগ কৰিব পাৰিব।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
C++ Programming Language
অসমৰ জাতীয় উৎষব বিহু
কিমান speed হব 5G network ৰ:-
যদি আমি 4G network ৰ কথা কও তেতিয় ই 100 মেগবাইট(100mbps) প্ৰতি ছেকেণ্ড speed ত ছলে। য্ত 5G য়ে 10Gigabits (10gbps) প্ৰতি ছেকেণ্ড স্পীদ্ত ত আহিব পাৰে। 4G network ৰ পৰিবৰ্তে 5G 100 গুণ বেছি স্পীদ্ত চলিব। য্দি 5G network আহে তেতিয়া হলে ই বৰ্তমানৰ সকলোত কৈ বেছি স্পীদ ৰ Internet হব 5G network.
5G network কেনেকৈ কাম কৰিব:
5G network ত এতা নতুন ৰেডিও স্পেক্টম ব্ৰেণ্ড ৰ ওপৰত কাম কৰে। য্ত 4G network ডাঙৰ ডাঙ্ৰ network tower ৰ সহায়ত network দিয়ে, তাতে 5G য়ে wireless Signals ক transmit কৰিবৰ কাৰণে বহুতো সৰু সৰু chell station ৰ প্ৰয়োজন হয়। যি নেকি সৰু সৰু ঠাই যেনে light post, electric post আদিত লগাব পাৰি। ইয়াত multiple small chell ৰ ব্য়বহাৰ কৰা হয়। এই কাৰণে Millimeter Wave Spectrum ত সদায় 30 GHz ৰ পৰা 300GHz ৰ ভিতৰত হয় কাৰণে 5G ত High স্পীদ উৎপন্ন কৰিব লাগে যি কেবল short distance ত হে travel কৰিব পাৰে। সেয়ে 5G network ত ডাঙৰ ডাঙৰ tower ৰ সলনি সৰু সৰু Chell ৰ ব্য়বহাৰ কৰা হ্য়। যাৰ ফলত network কম distance ত ভাল কৈ travel কৰিব পাৰে।
আশা কৰো আপোনালকে এই পোস্ত টো প্ঢ়ি ভাল পালে !

veryy nice
ReplyDelete